Krishna Sakshi - কৃষ্ণ সাক্ষী | 26th Jan 2021 | Episode No 08

22 Просмотры
Издатель
Click here to Subscribe to Rang TV Channel:-

Episode 08
-----------------

সুৰভীয়ে কি সপোন দেখিছিল? তৃষ্ণাই কিয় সাক্ষীক মাৰি পেলালে?

About Krishna Sakshi:
---------------------------------

দ্বিতীয়া পত্নী সুৰভী, দুই জীয়ৰী চব্বিশ বছৰীয়া তৃষ্ণা আৰু ওঠৰ বছৰীয়া ৰিম্পীৰে প্ৰতিষ্ঠিত ব্যৱসায়ী বিভূতিমোহনৰ এক প্ৰকাৰৰ সুখৰ সংসাৰ। দ্বিতীয় পত্নী সুৰভীয়ে তৃষ্ণা, ৰিম্পীক নিজৰ জীয়েকৰ দৰে মৰম কৰে। কিন্তু তৃষ্ণাৰ চকুত সুৰভীৰ মৰম, আদৰ সকলোবোৰ নাটক। কাৰণ সুৰভী তৃষ্ণাৰ মাহী মাক। উল্লেখ্য যে তৃষ্ণা ছয় বছৰীয়া থাকোতেই বিভূতি মোহনৰ প্ৰথমা পত্মীয়ে সৰু জীয়ৰী ৰিম্পীক জন্ম দি মৃত্যু বৰণ কৰে। পৰিয়ালৰ লোকে আৰু বন্ধু ফণী মাধৱৰ পৰামৰ্শ মতে বিভূতিয়ে সুৰভীক বিয়ী কৰায়। দুটি সন্তানৰ পিতৃ বিভূতিলৈ সুৰভী বিয়ী হৈ অহাৰ অন্তৰালত অন্য এটা কাহিনী আছে।

More Useful Links :
* Visit us at:
* Like us on Facebook:
* Follow us on Twitter:
Категория
Игры
Комментариев нет.